বৰ্তনী চিত্ৰ আৰু ওমৰ সূত্ৰ
তলত দিয়া প্ৰশ্ন সমূহৰ ঊত্তৰ দিবলৈ যত্ন কৰা। (ঊত্তৰ সমূহ কাইলৈ সন্ধিয়া ৬ বজাত দিয়া হব)
১. তোমাৰ পাঠ্যপুথিৰ ২০৩ পৃষ্ঠাত তালিকা ১২.১ত দিয়া উপাদান সমূহৰ প্ৰতীক অংকণ কৰা।
২. ওমৰ সূত্ৰটো লিখা আৰু ইয়াক গাণিতিক ৰূপত প্ৰকাশ কৰা।
৩. ৰোধ কি ? ইয়াৰ একক লিখা ।
৪. ১ Ω ৰোধৰ সংজ্ঞা দিয়া।
৫. ৰিয়ষ্টেট কি ? ইয়াৰ প্ৰধান কাম কি ?

Simson
ReplyDeleteKrishna karmakar
ReplyDeleteGood
ReplyDelete