Resistance of a conductor and resistivity
Important questions 1. Define good conductor and bad conductor. ১. সু পৰিবাহী আৰু কু পৰিবাহীৰ সংজ্ঞা দিয়া। 2. On what factors does the resistance of a conductor depend? ২. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ? 3. What do you mean by resistivity? Write its unit. ৩. ৰোধকতা বুলিলে কি বুজা ? ইয়াৰ একক লিখা। 4. Write the types of materials on the basis of resistivity. ৪. ৰোধকতাৰ ওপৰত ভিত্তি কৰি পদাৰ্থ সমূহৰ প্ৰকাৰ লিখা।