Posts

বিদ্যুত ক্ষেত্ৰ, বিভৱ আৰু বিভৱ ভেদ

প্ৰশ্ন ১ঃ বিদ্যুত আধানক কিহে গতি দিয়ে ? ঊত্তৰঃ বিভৱ ভেদ। প্ৰশ্ন ২ঃ বিদ্যুত ক্ষেত্ৰ বুলিলে কি বুজা ? ঊত্তৰঃ এটা আহিত বস্তুয়ে চৌদিশে যিমান দুৰলৈকে অন্য আহিত বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে সেই গোটেই অংশটোক বিদ্যুত ক্ষেত্ৰ বুলে। প্ৰশ্ন ৩ঃ বিদ্যুত বিভৱ কি? ঊত্তৰঃ এখন বিদ্যুত ক্ষেত্ৰৰ কোনো এক বিন্দুলৈ অসীমৰ পৰা একক ধনাত্মক আধান আনোতে সম্পাদিত কাৰ্যৰ পৰিমানেই হৈছে বিদ্যুত বিভৱ । প্ৰশ্ন ৪ঃ বিভৱ ভেদ বুলিলে কি বুজা ? ইয়াৰ গাণিতিক প্ৰকাশ লিখা। ইয়াৰ একক কি ? ঊত্তৰঃ প্ৰবাহযুক্ত বিদ্যুত বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক ধনাত্মক আধান নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ। বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ(V) = সম্পন্ন কৰা কাৰ্য (W)/আধান(Q)  i.e. V = W/Q ইয়াৰ একক ভল্ট(V)। প্ৰশ্ন ৫ঃ ১ভল্ট বিভৱ ভেদৰ সংজ্ঞা দিয়া। ঊত্তৰঃ ১ ভল্ট হৈছে প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ, যদি ১ কুলম্ব আধান তাৰে এটা বিন্দুৰ পৰা ইটো বিন্দুলৈ চালিত কৰিবলৈ ১ জুল কাৰ্য কৰিব লগা হয়। প্ৰশ্ন ৬ঃ বিভৱ ভেদ জুখিবলৈ ব্যৱহাৰ কৰা সজুঁলিটোৰ নাম লিখা। ঊত্তৰঃ ভল্টমিটাৰ। পৃষ্ঠ...

Electric Field, Electric Potential and Potential Difference

Q.1 What makes electric charge flow? Ans: Potential difference makes electric charge flow. Q.2 What do you mean by electric field? Ans: The region around a charged body within which its influence can be experienced is known as electric field. Q.3 Define electric potential. Ans: Electric potential at any point in electric field is defined as the amount of work done in bringing a unit positive charge from one point to another. Q.4 What do you mean by potential difference? Give mathematical representation. What is its unit? Ans: The electric potential difference between two points in an electric circuit carrying some current is defined as the work done to move a unit positive charge from one point to the other.                 Potential difference (V) between two points = Work done(W)/Charge(Q)                 V =...

Electric Current and Circuit ELECTRICITY CLASS 10

Image

বিদ্যুত প্ৰবাহ আৰু বৰ্তনী

Image
প্ৰশ্নঃ বিদ্যুত প্ৰবাহ বুলিলে কি বুজা ? ইয়াৰ গাণিতিক প্ৰকাশ লিখা। ইয়াৰ একক কি ? ঊত্তৰঃ বিদ্যুত প্ৰবাহ হৈছে একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমান। অন্য কথাত ই হৈছে বিদ্যুত আধানৰ প্ৰবাহৰ হাৰ।   যদি কোনো পৰিবাহীৰ যিকোনো প্ৰস্হচ্ছেদৰ মাজেৰে t   সময়ত Q আধান চালিত হয় তেতিয়া প্ৰস্হচ্ছেদৰ মাজেৰে বিদ্যুত প্ৰবাহ হব I=Q/t বিদ্যুত প্ৰবাহক এম্পিয়াৰ এককত প্ৰকাশ কৰা হয়। প্ৰশ্নঃ বিদ্যুত আধান কি ?   ইয়াৰ একক লিখা। ঊত্তৰঃ যিটো ধৰ্মৰ কাৰণে পদাৰ্থৰ কণা সমূহ(যেনে ইলেক্ট্ৰণ, প্ৰটন)এ বিপৰীতধৰ্মী কণাসমূহক আকৰ্ষণ আৰু একে জাতীয় কণাক বিকৰ্ষণ কৰে সেইটো ধৰ্মই হৈছে বিদ্যুত আধান। ইয়াৰ একক কুলম্ব । প্ৰশ্নঃ বিদ্যুত পৰিবাহী কি ? ঊত্তৰঃ যিবিলাক পদাৰ্থৰ মাজেৰে বিদ্যুত প্ৰবাহ চালিত হব পাৰে , সেইবোৰক বিদ্যুত পৰিবাহী বোলে। প্ৰশ্নঃ বৰ্তনী কি ? ঊত্তৰঃ বিদ্যুত প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৰ্তনী বোলে। প্ৰশ্নঃ এক এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া। ঊত্তৰঃ প্ৰতি ছেকেন্ডত এক কুলম্ব আধানৰ প্ৰবাহক এক এম্পিয়াৰ প্ৰবাহ বোলে। অৰ্থাত 1A=1C/1s ...

Electric Current and Circuit

Image
Q.1 What do you mean by electric current? Give mathematical representation. What is its unit? Ans: E lectric current is defined as the amount of charge flowing through a particular area in unit time. In other words, it is the rate of flow of charges.           If a net charge Q, flows across any cross-section of a conductor in time t, then the current I, through the cross-section is                                                         I=Q/t   Its unit is ampere (A). Q.2 What is electric charge? Write its unit. Ans:  The property, for which particles of matter (e.g. electron and proton) attract the opposite kind of particles or repel the same kind of particles is called electric charge. its unit is coulomb(C). Q.3 What is electric conductor? Ans: The materials that all...